দেশ

ফৰ্চুনাৰৰ খুন্দাত ২ জনৰ মৃত্যু, আহত ৬

NewzNow · ১৯ নৱেম্বৰ ২০২৬

১ / ৫

কাশ্মীৰী গেটৰ যুধিষ্ঠিৰ সেতুত তীব্ৰবেগী ফৰ্চুনাৰে অটোৰিক্সা আৰু পথৰ দাঁতিত থকা লোকক খুন্দিওৱাত দুজনৰ মৃত্যু হৈছে।

২ / ৫

তীব্ৰবেগী Toyota Fortuner-এ যাত্ৰীবাহী অটো ৰিক্সা (TSR)ত খুন্দা মৰাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৬ জনকৈ লোক ।

৩ / ৫

দিল্লীৰ কাশ্মীৰী গেট অঞ্চলৰ যুধিষ্ঠিৰ সেতুত তীব্ৰবেগী টয়োটা ফৰ্চুনাৰ গাড়ীয়ে যাত্ৰীবাহী অটোৰিক্সাত খুন্দা মৰাত দুজন লোকৰ মৃত্যু হৈছে।

৪ / ৫

১৭ আৰু ১৮ নৱেম্বৰৰ মাজনিশা প্ৰায় ১ বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

৫ / ৫

দুৰ্ঘটনাত মুঠ ৮ জন লোক আহত হয় আৰু তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

ফৰ্চুনাৰৰ খুন্দাত ২ জনৰ মৃত্যু, আহত ৬

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক