আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশত পুনৰ ৰাজনৈতিক হিংসা, মুহাম্মদ ইউনুছৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ; শান্তিৰ আহ্বান তাৰেক ৰহমানৰ

NewzNow · ১৯ নৱেম্বৰ ২০২৬

১ / ৫

বাংলাদেশত ৰাজনৈতিক হিংসাৰ মাজতে মুহাম্মদ ইউনুছৰ চট্টগ্ৰামস্থিত পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰা হৈছে।

২ / ৫

ঢাকা, ১৯ নৱেম্বৰ: বাংলাদেশত পুনৰ ৰাজনৈতিক হিংসা বৃদ্ধি পাইছে।

৩ / ৫

বুধবাৰে এই ঘটনাসমূহৰ মাজতে প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে গণতান্ত্ৰিক ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়।

৪ / ৫

চট্টগ্ৰামৰ পঞ্চলাইশ অঞ্চলত থকা ইউনুছৰ পৈতৃক বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে।

৫ / ৫

ঢাকাৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সীমান্তৰক্ষী বাহিনী বিজিবিৰ হাজাৰ হাজাৰ জোৱান মোতায়েন কৰা হৈছে।

বাংলাদেশত পুনৰ ৰাজনৈতিক হিংসা, মুহাম্মদ ইউনুছৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ; শান্তিৰ আহ্বান তাৰেক ৰহমানৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক