ৰাজনীতি

২০ কোটিৰো অধিক মূল্যৰ মাটি ইউছুফ পাঠানক আৱণ্টনৰ প্ৰস্তাৱত অনুমোদন বিজেপি শাসিত বডোদৰা পৌৰ নিগমৰ

NewzNow · ১৯ নৱেম্বৰ ২০২৬

১ / ৫

তৃণমূল কংগ্ৰেছৰ সাংসদ ইউছুফ পাঠানক ২০ কোটি টকাতকৈ অধিক মূল্যৰ মাটি আৱণ্টনৰ প্ৰস্তাৱ সংখ্যাগৰিষ্ঠ ভোটেৰে গৃহীত কৰিছে বডোদৰা পৌৰ নিগমে।

২ / ৫

বডোদৰা, ১৯ নৱেম্বৰ: প্ৰাক্তন ক্ৰিকেটাৰ তথা তৃণমূল কংগ্ৰেছৰ সাংসদ ইউছুফ পাঠানক ২০ কোটি টকাতকৈ অধিক মূল্যৰ মাটি আৱণ্টনৰ প্ৰস্তাৱত অনুমোদন জনাইছে বিজেপি শাসিত বডোদৰা পৌৰ নিগমে।

৩ / ৫

প্ৰস্তাৱ অনুসৰি, মাটিখিনিৰ এটা অংশ পাঠানক উপহাৰ হিচাপে দিয়া হ'ব।

৪ / ৫

মাটিখিনিৰ সঠিক মূল্য আৰু পাঠানে পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ পৌৰ নিগমে পৰৱৰ্তী সময়ত তেওঁক আনুষ্ঠানিকভাৱে জনাব।

৫ / ৫

উল্লেখ্য যে, প্ৰস্তাৱিত ভূমিখণ্ডটো অশান্ত অঞ্চল আইনৰ অধীনত পৰে।

২০ কোটিৰো অধিক মূল্যৰ মাটি ইউছুফ পাঠানক আৱণ্টনৰ প্ৰস্তাৱত অনুমোদন বিজেপি শাসিত বডোদৰা পৌৰ নিগমৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক