ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মেডিচিন বিভাগে স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলক বিবাহ পিছুৱাবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে।
গুৱাহাটী, ১৯ নৱেম্বৰ: স্নাতকোত্তৰ প্ৰশিক্ষণৰ সময়ছোৱাত বিবাহৰ দৰে ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় পিছুৱাই ৰাখিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু…
নতুন নিৰ্দেশত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, মেডিচিন বিভাগৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলৰ আবাসিক প্ৰশিক্ষণকালত ব্যক্তিগত বিষয় সন্দৰ্ভত জাৰি কৰা পৰামৰ্শমূলক কাৰ্যালয় আদেশখন তৎক্ষণাতে…
উল্লেখ্য যে, পূৰ্বৰ নিৰ্দেশটোত সাধাৰণ মেডিচিনৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলক আবাসিক প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ নোহোৱালৈকে বিবাহৰ দৰে ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় পিছুৱাই ৰাখিবলৈ…
সৰ্বভাৰতীয় চিকিৎসক সন্থা ফেডাৰেচনে বিভাগটোৰ এই নিৰ্দেশক অযৌক্তিক আখ্যা দি তৎক্ষণাতে প্ৰত্যাহাৰৰ দাবী জনাইছিল।
newznow.in