ৰাজনীতি

মাফিয়াক ‘মাটিত মিলাই দিয়া হৈছে’! দাবী যোগী আদিত্যনাথৰ

NewzNow · ২৭ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে UP Icon Conclaveত মাফিয়া মাটিত মিলি যোৱা বুলি দাবী কৰিছে।

২ / ৫

উত্তৰ প্ৰদেশত মাফিয়াৰাজৰ অৱসান ঘটোৱা হৈছে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

৩ / ৫

যোগীয়ে কয়, ২০১৭ চনৰ আগতে উত্তৰ প্ৰদেশক বেয়া ৰাস্তা, পথৰ গাঁত আৰু সন্ধিয়াৰ পাছত অন্ধকাৰৰ বাবে চিনি পোৱা গৈছিল।

৪ / ৫

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, সেই সময়ত ৰাজ্যখনৰ যুৱক-যুৱতী, মহিলা, ব্যৱসায়ী আৰু প্ৰতিভাৱান লোকসকল পৰিচয়ৰ সংকটত ভুগিছিল।

৫ / ৫

তেওঁ লগতে কয়, চাকৰিৰ সুযোগৰ অভাৱৰ লগতে উত্তৰ প্ৰদেশৰ পৰিচয়ৰ বাবেও ৰাজ্যৰ বাহিৰত বহুতে অসুবিধাৰ সন্মুখীন হৈছিল।

মাফিয়াক ‘মাটিত মিলাই দিয়া হৈছে’! দাবী যোগী আদিত্যনাথৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক