দেশ

পুনেৰ শিৱাজীনগৰ আদালতলৈ বোমাৰ ভাবুকিৰ ই-মেইল

NewzNow · ২ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

পুনেৰ শিৱাজীনগৰ জিলা আৰু সত্ৰ আদালতলৈ বোমাৰ ভাবুকিৰ ই-মেইল অহাৰ পিছত আদালত চৌহদ খালী কৰোৱা হয়।

২ / ৫

পুনে, ২ নৱেম্বৰ: মহাৰাষ্ট্ৰৰ পুনেৰ শিৱাজীনগৰস্থিত জিলা আৰু সত্ৰ আদালতলৈ বোমা বিস্ফোৰণৰ ভাবুকি দি ই-মেইল প্ৰেৰণ কৰাক লৈ সোমবাৰে সৃষ্টি হয় তীব্ৰ চাঞ্চল্য।

৩ / ৫

আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, আদালত প্ৰশাসনে ই-মেইলযোগে আদালতৰ ভৱনৰ ভিতৰত বোমা ৰখা বুলি ভাবুকি লাভ কৰিছিল।

৪ / ৫

ঘটনাস্থলীত Bomb Detection and Disposal Squad (BDDS)-ক মাতি পঠিওৱা হয়।

৫ / ৫

ইফালে, কেৱল পুনেৰ আদালতেই নহয়, মহাৰাষ্ট্ৰৰ থানে, হিংগোলী আৰু বীডৰ জিলা আৰু সত্ৰ আদালতলৈও সোমবাৰে বোমা বিস্ফোৰণৰ ভাবুকি থকা ই-মেইল অহাৰ খবৰ পোৱা গৈছে।

পুনেৰ শিৱাজীনগৰ আদালতলৈ বোমাৰ ভাবুকিৰ ই-মেইল

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক