অসম

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ; ১২ মাৰ্চৰ পৰা আৰম্ভ পৰীক্ষা

NewzNow · ১৯ নৱেম্বৰ ২০২৬

১ / ৫

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে।

২ / ৫

গুৱাহাটী, ১৯ নৱেম্বৰ: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে।

৩ / ৫

পৰীক্ষাসমূহ দুটা ভাগত অনুষ্ঠিত হ'ব।

৪ / ৫

১২ মাৰ্চত বিয়লিৰ ভাগত ইংৰাজী বিষয়ৰ পৰীক্ষাৰে এইবাৰৰ পৰীক্ষা আৰম্ভ হ’ব।

৫ / ৫

১৮ মাৰ্চত পুৱাৰ ভাগত সংগীত গোট আৰু বিয়লিৰ ভাগত কম্পিউটাৰ বিজ্ঞান আৰু প্ৰয়োগৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ; ১২ মাৰ্চৰ পৰা আৰম্ভ পৰীক্ষা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক