আন্তঃৰাষ্ট্ৰীয়

২০৩৫ চনতে বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ’ব পাৰে ইছলাম! খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰাৰ সম্ভাৱনা

NewzNow · ১৯ নৱেম্বৰ ২০২৬

১ / ৫

জনসংখ্যাগত প্ৰক্ষেপণ অনুসৰি, মুছলমান জনসংখ্যা তুলনামূলকভাৱে দ্ৰুতগতিত বৃদ্ধি পোৱাত ২০৩৫ৰ ভিতৰত ইছলামে খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰিব পাৰে।

২ / ৫

আন্তঃৰাষ্ট্ৰীয়, ১৯ নৱেম্বৰ: আগন্তুক দশকত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ ধৰ্ম হিচাপে খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰিব পাৰে ইছলামে।

৩ / ৫

২০২০ৰ পৰা ২০৭০ চনলৈ বিশ্বৰ ধৰ্মীয় জনসংখ্যাৰ পৰিৱৰ্তন বিশ্লেষণ কৰি এই প্ৰক্ষেপণ প্ৰকাশ কৰা হৈছে।

৪ / ৫

মুছলমান, খ্ৰীষ্টান, হিন্দু, ইহুদী, বৌদ্ধ আৰু ধৰ্মীয় পৰিচয়হীন লোককে ধৰি সাতটা ধৰ্মীয় গোটৰ জনসংখ্যাগত পৰিৱৰ্তন এই গৱেষণাত বিশ্লেষণ কৰা হৈছে।

৫ / ৫

মহিলাপ্ৰতি সন্তান জন্মৰ হাৰৰ পাৰ্থক্যক এই বৃদ্ধিৰ অন্যতম কাৰণ বুলি গৱেষণাটোৱে চিহ্নিত কৰিছে।

২০৩৫ চনতে বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ’ব পাৰে ইছলাম! খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰাৰ সম্ভাৱনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক