অসম

ৰাছিয়ালৈ গৈ সন্ধানহীন কাছাৰৰ যুৱক; ৰাছিয়াৰ সেনাবাহিনীত যোগদানৰ সন্দেহ পৰিয়ালৰ

NewzNow · ১৯ নৱেম্বৰ ২০২৬

১ / ৫

কৰ্মসংস্থাপনৰ সন্ধানত ৰাছিয়ালৈ যোৱা কাছাৰৰ আব্দুল মুক্তাদিৰ লস্কৰ ২৬ আগষ্টৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগহীন হৈ আছে।

২ / ৫

শিলচৰ, ১৯ নৱেম্বৰ: কৰ্মসংস্থাপনৰ সন্ধানত ৰাছিয়ালৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে কাছাৰ জিলাৰ এজন যুৱক।

৩ / ৫

সন্ধানহীন যুৱকজনৰ নাম আব্দুল মুক্তাদিৰ লস্কৰ।

৪ / ৫

পৰিয়ালৰ লোকে জনোৱা মতে, তেওঁলোকৰ হাতত থকা এখন বিমানৰ টিকটত ১৪ জুলাইত মুম্বাইৰ পৰা বাকুৰ মাজেৰে মস্কোলৈ যাত্ৰাৰ তথ্য পোৱা গৈছে।

৫ / ৫

ৰাছিয়াত উপস্থিত হোৱাৰ পাছত যুৱকজনে দেশখনৰ সেনাবাহিনীত যোগদান কৰা বুলি পৰিয়ালে সন্দেহ কৰিছে।

ৰাছিয়ালৈ গৈ সন্ধানহীন কাছাৰৰ যুৱক; ৰাছিয়াৰ সেনাবাহিনীত যোগদানৰ সন্দেহ পৰিয়ালৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক