ৰাজনীতি

কনভয়ত কণী আৰু লাঠীৰে আক্ৰমণৰ অভিযোগ, BJP কৰ্মীৰ বিৰুদ্ধে সৰৱ TMC সাংসদ মহুৱা মৈত্ৰৰ

NewzNow · ১৯ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

নদীয়াৰ কালীগঞ্জত সাংসদ মহুৱা মৈত্ৰৰ কনভয়ত আক্ৰমণ আৰু পথ অৱৰোধৰ অভিযোগ উঠিছে।

২ / ৫

কলকাতা, ১৯ নৱেম্বৰ: পশ্চিম বংগৰ নদীয়া জিলাৰ কালীগঞ্জত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ কনভয়ত আক্ৰমণৰ অভিযোগ উঠিছে।

৩ / ৫

এক্সত প্ৰকাশ কৰা এক ভিডিঅ'ত মহুৱা মৈত্ৰই কয় যে, আধা ঘণ্টাতকৈ অধিক সময় ধৰি তেওঁলোকৰ কনভয় আক্ৰমণৰ সন্মুখীন হৈছিল।

৪ / ৫

কৃষ্ণনগৰৰ সাংসদগৰাকীয়ে দাবী কৰে যে, সম্ভাৱ্য আক্ৰমণৰ বিষয়ে আগতীয়াকৈ আৰক্ষীক অৱগত কৰা হৈছিল।

৫ / ৫

মহুৱা মৈত্ৰৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আক্ৰমণকাৰীসকলক আঁতৰোৱাৰ পৰিৱৰ্তে তেওঁক সেই স্থানৰ পৰা আঁতৰি যাবলৈহে কৈছিল।

কনভয়ত কণী আৰু লাঠীৰে আক্ৰমণৰ অভিযোগ, BJP কৰ্মীৰ বিৰুদ্ধে সৰৱ TMC সাংসদ মহুৱা মৈত্ৰৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক