২৩ৰ পৰা ২৬ নৱেম্বৰলৈ মাজুলীৰ ৬৫টা ৰংগমঞ্চ আৰু ১২খন সত্ৰত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ।
ৰাস মহোৎসৱলৈ মাত্ৰ তিনিদিন বাকী থকা অৱস্থাত সত্ৰনগৰী মাজুলীত ব্যাপক প্ৰস্তুতি চলিছে।
২০২৬ চনৰ ২৩ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ মাজুলীত ৰাস মহোৎসৱ উদ্যাপন কৰা হ'ব।
এইবাৰ মাজুলীৰ ৬৫টা ৰংগমঞ্চৰ লগতে ১২খন সত্ৰত ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব।
ভকত চাপৰিৰ শংকৰ-মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰত ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত হ'ব।
newznow.in