এজন যুৱকৰ চুলিৰ ডিজাইনক ‘বঢ়িয়া’ বুলি প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীয়ে।
এজন যুৱকৰ চুলিৰ আকৰ্ষণীয় ডিজাইন দেখি প্ৰশংসাত পঞ্চমুখ হ’ল মুখ্যমন্ত্ৰী!
কথোপকথনৰ মাজতে মুখ্যমন্ত্ৰীয়ে যুৱকজনক সোধে—গাঁৱতো এনেধৰণৰ ধুনীয়া চুলিৰ ডিজাইন কৰা হয় নেকি?
ইয়াৰ পিছতে যুৱকজনে নাটকত অভিনয় কৰিব নেকি বুলিও সোধা হয়।
কথোপকথনত দুদিন জিৰণি লোৱাৰ প্ৰসংগও উঠে।
newznow.in