অসম

জাগুনত আৰক্ষীৰ বৃহৎ সফলতা! ৩১৮.৮৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ অৰুণাচলৰ এজন সৰবৰাহকাৰী আটক

NewzNow · ১৯ নৱেম্বৰ ২০২৬

১ / ৫

তিনিচুকীয়াৰ জাগুনত লেখাপানী আৰু জাগুন আৰক্ষীৰ যুটীয়া অভিযানত ৩১৮.৮৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ অৰুণাচল প্ৰদেশৰ চন্দ্ৰ তামাং নামৰ এজন ব্যক্তিক আটক কৰে।

২ / ৫

Newz Now সেৱা, জাগুন, ১৯ নৱেম্বৰ: নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অবিৰত অভিযান আজিও অব্যাহত ৰাখিছে তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনে।

৩ / ৫

জিলা আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ উপস্থিতিত লেখাপানী আৰু জাগুন আৰক্ষীয়ে যুটীয়াভাৱে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ ধাৰাবাহিকতা আজিও অক্ষুন্ন ৰাখি সফলতাৰ জখলা বগাবলৈ সক্ষম হৈছে।

৪ / ৫

এই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি অভিযানকাৰী দলটোৱে বৃহস্পতি বাৰে বিয়লি অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল জাগুনৰ ১২ মাইলস্থিত ৱাৰা গাওঁ প্ৰবেশ পথত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ…

৫ / ৫

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ ১৭ মাইলৰ নিবাসী ৬৫ বছৰীয়া চন্দ্ৰ তামাং নামৰ এজন ব্যক্তিক ড্ৰাগছ ভৰ্তি ২৫টা চাবোনৰ বাকচ সহ আটক কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।

জাগুনত আৰক্ষীৰ বৃহৎ সফলতা! ৩১৮.৮৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ অৰুণাচলৰ এজন সৰবৰাহকাৰী আটক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক