অসম

ডিমা হাছাওত চূণশিলৰ খননৰ পৰা বছৰি ১,০১৪ কোটি টকা লাভৰ সম্ভাৱনা: মুখ্যমন্ত্ৰী

NewzNow · ২ নৱেম্বৰ ২০২৬

১ / ৫

ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে চূণশিল খননৰ পৰা বছৰি প্ৰায় ১,০১৪ কোটি টকা পাব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে।

২ / ৫

ৱাহাটী, ২ নৱেম্বৰ: ডিমা হাছাও জিলাৰ চূণশিলৰ খননৰ পৰা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে বছৰি প্ৰায় ১,০১৪ কোটি টকা ৰাজহ লাভ কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

মুখ্যমন্ত্ৰীৰ হিচাপ অনুসৰি, এই নিলামৰ পৰা অহা ৫০ বছৰত প্ৰায় ৮৪,৫০০ কোটি টকা ৰাজহ আহৰণৰ সম্ভাৱনা আছে।

৪ / ৫

এই ব্যৱস্থাক পৰিষদখনৰ বিত্তীয় স্বায়ত্তশাসন শক্তিশালী কৰাৰ পদক্ষেপ বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰীয়ে।

৫ / ৫

ডিমা হাছাওৰ অতীতৰ উগ্ৰপন্থী সমস্যা আৰু সংঘাতৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্থানীয় প্ৰতিষ্ঠানসমূহে ৰাজহৰ অংশ লাভ কৰিলে থলুৱা অঞ্চলতো ব্যৱসায় আৰু অৰ্থনৈতিক বিকাশে ইতিবাচক…

ডিমা হাছাওত চূণশিলৰ খননৰ পৰা বছৰি ১,০১৪ কোটি টকা লাভৰ সম্ভাৱনা: মুখ্যমন্ত্ৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক