জামুগুৰিহাটৰ মংগলবৰীয়াত ৬৮সংখ্যক কেন্দ্ৰীয় অখণ্ড হৰিকীৰ্তন মহোৎসৱ আৰম্ভ হৈছে।
জামুগুৰিহাট, ২০ নৱেম্বৰ: জামুগুৰিহাটৰ মংগলবৰীয়াৰ খ্ৰীষ্টানবস্তিত ৬৮সংখ্যক কেন্দ্ৰীয় অখণ্ড হৰিকীৰ্তন মহোৎসৱ আৰম্ভ হৈছে।
মংগলবৰীয়াৰ তেতেলিগুৰিস্থিত বীৰেন্দ্ৰ নেৱাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত মহোৎসৱৰ প্ৰথম দিনা পুৱাৰ ভাগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মহোৎসৱ ২০ নৱেম্বৰৰ পৰা আৰম্ভ হৈ ২১ নৱেম্বৰলৈকে চলিব বুলি আয়োজক সমিতিয়ে জনাইছে।
অভ্যৰ্থনা সমিতিৰ সভাপতি দিলীপ প্ৰধান, কাৰ্যকৰী সভাপতি পদ্ম নেৱাৰ আৰু সম্পাদক উমেশ নেৱাৰে জনোৱা মতে, অঞ্চলটোৰ গোবিন্দ নাৰায়ণ কীৰ্তন সংঘ আৰু লক্ষ্মী নাৰায়ণ মহিলা কীৰ্তন সংঘৰ সহযোগত…
newznow.in