অমিত শ্বাহৰ তিনিদিনীয়া অৰুণাচল ভ্ৰমণৰ পূৰ্বে মণিপুৰ সংকট আৰু ছিয়াং উজনি বহুমুখী প্ৰকল্পক লৈ প্ৰশ্ন তুলিছে যুৱ কংগ্ৰেছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অৰুণাচল প্ৰদেশ ভ্ৰমণৰ পূৰ্বে মণিপুৰৰ সংকট আৰু প্ৰস্তাৱিত ছিয়াং উজনি বহুমুখী প্ৰকল্পক লৈ প্ৰশ্ন তুলিছে যুৱ কংগ্ৰেছে।
শুকুৰবাৰ সন্ধিয়াৰ পৰা শ্বাহৰ অৰুণাচল প্ৰদেশত তিনিদিনীয়া ভ্ৰমণসূচী আৰম্ভ হ'ব।
ভ্ৰমণকালত শ্বাহে ইটানগৰত জ্যেষ্ঠ ৰাজ্য চৰকাৰী বিষয়াসকলৰ সৈতে বৈঠকত সভাপতিত্ব কৰি মুখ্য উন্নয়ন প্ৰকল্প, আন্তঃগাঁথনি, আভ্যন্তৰীণ সুৰক্ষা, সীমান্ত অঞ্চলৰ উন্নয়ন আৰু কেন্দ্ৰ-ৰাজ্যৰ সমন্বয়ৰ…
দেওবাৰে তেওঁ অৰুণাচল প্ৰদেশ সমবায় দৃষ্টিপত্ৰ ২০৪৭ উন্মোচন, সমবায় বঁটা প্ৰদান আৰু সৰস মেলা উদ্বোধন কৰিব।
newznow.in