দেশ

২০২৭ চনৰ আৰম্ভণিতে ইৰাণত আক্ৰমণৰ সিদ্ধান্ত ল’ব ট্ৰাম্পে!

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

ইৰাণৰ বিৰুদ্ধে পুনৰ সামৰিক আক্ৰমণ চলোৱাৰ সিদ্ধান্ত ২০২৭ চনৰ আৰম্ভণিৰ পিছতহে ল’ব বুলি জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

২ / ৫

‘নতুন বছৰৰ পিছতহে ইৰাণত পৰৱৰ্তী আক্ৰমণৰ সিদ্ধান্ত ল’ম’ ।ইৰাণক লৈ কোনো খৰখেদা সিদ্ধান্ত ল’ব বিচৰা নাই — ড’নাল্ড ট্ৰাম্প।

৩ / ৫

১৯ নৱেম্বৰত চীন ভ্ৰমণ সামৰি আমেৰিকালৈ উভতি অহাৰ পথত এয়াৰ ফ’ৰ্চ ৱানত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত ট্ৰাম্পে কয় যে, ইৰাণ সন্দৰ্ভত কোনো সিদ্ধান্ত ল’বলৈ তেওঁৰ খৰখেদা নাই।

৪ / ৫

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ, দলং, বিদ্যুৎ কেন্দ্ৰ আৰু সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণৰ বিকল্প বিবেচনা আমেৰিকাৰ।

৫ / ৫

ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক ঘাটিত পুনৰ আক্ৰমণ চলোৱাৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে আমেৰিকাৰ ওপৰত হেঁচা দি অহাৰ সময়তে ট্ৰাম্পৰ এই মন্তব্য প্ৰকাশ পাইছে।

২০২৭ চনৰ আৰম্ভণিতে ইৰাণত আক্ৰমণৰ সিদ্ধান্ত ল’ব ট্ৰাম্পে!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক