বাংলাদেশৰ ১২খন জিলাত কেইবাদিন ধৰি চলি থকা হিংসাত্মক ঘটনাত কমেও চাৰিজনৰ মৃত্যু হৈছে।
ঢাকা, ২০ নৱেম্বৰঃ বাংলাদেশত পুনৰ বৃদ্ধি পাইছে ৰাজনৈতিক হিংসা আৰু অস্থিৰতা।
‘নেশ্যনেল হেৰাল্ড’ৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ বিভিন্ন স্থানত ৰাজনৈতিক নেতাৰ বাসগৃহ, আৰক্ষী থানা, চৰকাৰী কাৰ্যালয়, যান-বাহন, বিত্তীয় প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানক লক্ষ্য কৰি আক্ৰমণ…
বাংলাদেশ আৰক্ষী মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি, ৭ৰ পৰা ১৮ নৱেম্বৰৰ ভিতৰত দেশৰ বিভিন্ন স্থানত ৭৪খন বাহন জ্বলাই দিয়া হৈছে আৰু ৭৮টা স্থানত বোমা বিস্ফোৰণ সংঘটিত হৈছে।
প্ৰাক্তন উপাধ্যক্ষৰ বাসগৃহত লণ্ডভণ্ড
newznow.in