অসম

ডিগবৈৰ ৰাজপথত গৰাকীবিহিন চাৰিটা ঘোঁৰা। আটাইকেইটা ঘোঁৰা গুৰুতৰভাৱে আঘাত প্ৰাপ্ত

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনীহা প্ৰকাশ ডিগবৈ বন বিভাগৰ।

২ / ৫

তৈলনগৰী ডিগবৈ চহৰলৈ সোমোৱাৰ পূৰ্বে আদৰণি গেটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত বিগত কিছুদিন ধৰি চাৰিটাকৈ সুঠাম ঘোঁৰা পৰিলক্ষিত হৈছে।

৩ / ৫

ঘোঁৰা কেইটা ঘৰচীয়া নে বনৰীয়া বুজিব পৰা নাযায় যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিপদসংকুল পৰিবেশত চৰি ফুৰা দেখা যায়।

৪ / ৫

ঘোঁৰা কেইটা ৰামনগৰ আৰু বগাপানী বজাৰৰ মাজৰ পথছোৱাত সঘনাই পৰিলক্ষিত হয়।

৫ / ৫

এইক্ষেত্ৰত ডিগবৈ বন সংমণ্ডল, প্ৰকৃতিপ্ৰেমী সকলৰ চকুত নপৰা বিষয়টো লক্ষণীয়।

ডিগবৈৰ ৰাজপথত গৰাকীবিহিন চাৰিটা ঘোঁৰা। আটাইকেইটা ঘোঁৰা গুৰুতৰভাৱে আঘাত প্ৰাপ্ত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক