ক্ৰীড়া

ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছতো ওম প্ৰকাশ চৌহান আৰু ৰনিল কুকাৰৰ সৈতে যৌথ অগ্ৰগতি লাভ যুৱৰাজ সিঙৰ

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

কাপুৰথালাৰ যুৱৰাজ সিং, মহৌৰ ওম প্ৰকাশ চৌহান আৰু বেংগালুৰুৰ ৰনিল কুকাৰে ২৬ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছ গলফ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডৰ অন্তত সম স্ক'ৰেৰে সমতা স্থাপন কৰিছে।

২ / ৫

ঐতিহাসিক ডিগবৈ গলফ লিংকত অনুষ্ঠিত প্ৰতিযোগিতা খনিত পূৰ্বৰ ৰাউণ্ডত উন্নত প্ৰদৰ্শন কৰা মহৌৰ ওম প্ৰকাশ চৌহানে (৬৭-৬৮-৭০) ছটা বাৰ্ডি, পাৰ-৩ৰ দশম হোলত এটা ডাবল বগী আৰু দুটা বগী কাৰ্ড কৰি টু…

৩ / ৫

দ্বিতীয় ৰাউণ্ডৰ অন্তত ওম প্ৰকাশ চৌহানৰ সৈতে যুটীয়াভাৱে নেতৃত্ব দিয়া বেংগালুৰুৰ ৰনিল কুকাৰে (৭০-৬৫-৭০) পাঁচটা বাৰ্ডি আৰু তিনিটা ব’গীৰ সহায়ত দুটা অণ্ডাৰ ৭০ ৰান কৰে।

৪ / ৫

যুৱৰাজে সিঙে (৬৮-৭০-৬৭) ফাইভ আণ্ডাৰ ৬৭ ৰানত চতুৰ্থ স্থানৰ পৰা শীৰ্ষলৈ জপিয়াই পৰে।বাংলাদেশৰ মহম্মদ ৰাজুৱে (৬৯-৭০-৬৮) পাৰ-৪ৰ অষ্টম হোলত পাঁচটা বাৰ্ডি আৰু বগীৰে চাৰিটা আণ্ডাৰ ৬৮ ৰান কৰি অষ্টম…

৫ / ৫

মুম্বাইৰ আৰ্যমন আদিত্য মোহনে (৭৩-৭০-৬৫) পাৰ-৫ৰ সপ্তম হোলত এটা ঈগল, আঠটা বাৰ্ডি আৰু তিনিটা বগীৰে ৭ আণ্ডাৰ ৬৫ কাৰ্ড কৰি তেওঁ টাই ২৫ নম্বৰৰ পৰা টাই পঞ্চম স্থানলৈ উঠি মুঠ আঠ আণ্ডাৰ ২০৮ ৰান কৰি…

ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছতো ওম প্ৰকাশ চৌহান আৰু ৰনিল কুকাৰৰ সৈতে যৌথ অগ্ৰগতি লাভ যুৱৰাজ সিঙৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক