অসম

বঙাইগাঁও সাংস্কৃতিক সমাৰোহত প্ৰাঞ্জল শইকীয়াক ‘জীৱনজোৰা সাধনা বঁটা’

NewzNow · ২ নৱেম্বৰ ২০২৬

১ / ৫

বঙাইগাঁও সাংস্কৃতিক সমাৰোহত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াক ‘জীৱনজোৰা সাধনা বঁটা’ আৰু যুৱ অভিনেতা কমল লোচন ডেকাক ‘যুৱ প্ৰেৰণা বঁটা’ প্ৰদান কৰা হয়।

২ / ৫

বঙাইগাঁও: বড়ো, কোচ-ৰাজবংশী আৰু ৰাভা জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যক সামৰি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সমীপত অনুষ্ঠিত হয় বঙাইগাঁও সাংস্কৃতিক সমাৰোহ।

৩ / ৫

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী।

৪ / ৫

সমাৰোহত বিশিষ্ট চিকিৎসক ডাঃ আই বৰদলৈৰ লগতে প্ৰভাত ৰায় আৰু পংকজ লাহেৰীয়েও অংশগ্ৰহণ কৰে।

৫ / ৫

অনুষ্ঠানৰ সফল আয়োজনৰ বাবে অভিনেত্ৰী মেধালী ৰাংৰা আৰু ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ বিষয়ববীয়াসকলক আয়োজকসকলে ধন্যবাদ জ্ঞাপন কৰে।

বঙাইগাঁও সাংস্কৃতিক সমাৰোহত প্ৰাঞ্জল শইকীয়াক ‘জীৱনজোৰা সাধনা বঁটা’

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক