অসম

বেংগালুৰুত ২২ দিন ধৰি সন্ধানহীন হাউলীৰ গৱেষক ছাত্ৰ নন্দলাল ঘোষ

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

হাউলীৰ গৱেষক ছাত্ৰ নন্দলাল ঘোষ ২৯ অক্টোবৰৰ পৰা বেংগালুৰুত সন্ধানহীন হৈ আছে।

২ / ৫

২২ দিন ধৰি বাংগালুৰুত নিখোজ হাউলীৰ নন্দলাল ঘোষ।

৩ / ৫

বৰপেটা জিলাৰ হাউলীৰ গৱেষক ছাত্ৰ নন্দলাল ঘোষ যোৱা ২৯ অক্টোবৰৰ পৰা বেংগালুৰুত সন্ধানহীন হৈ আছে।

৪ / ৫

নন্দলাল ঘোষ বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ সৈতে জড়িত জ্যোতিৰ্বিজ্ঞানৰ গৱেষক ছাত্ৰ আছিল।

৫ / ৫

ঘটনাটোক লৈ পৰিয়ালৰ তৰফৰ পৰা বেংগালুৰুৰ মাডিৱালা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।

বেংগালুৰুত ২২ দিন ধৰি সন্ধানহীন হাউলীৰ গৱেষক ছাত্ৰ নন্দলাল ঘোষ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক