দেশ

যোগী আদিত্যনাথৰ মাতৃ সাবিত্ৰী দেৱীৰ দেহাৱসান

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মাতৃ সাবিত্ৰী দেৱীৰ ৯১ বছৰ বয়সত মৃত্যু হৈছে।

২ / ৫

৯১ বছৰ বয়সত যোগী আদিত্যনাথৰ মাতৃৰ বিয়োগ।দিবংগত আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

৩ / ৫

সাবিত্ৰী দেৱী বিগত কেইবামাহ ধৰি বাৰ্ধক্যজনিত অসুস্থতাত ভুগি আছিল।

৪ / ৫

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সামাজিক মাধ্যমত শোকবাৰ্তা প্ৰকাশ কৰি কয় যে, মাতৃৰ স্নেহ, আশীৰ্বাদ আৰু মৰম জীৱনৰ অমূল্য সম্পদ।

৫ / ৫

পৰিয়ালৰ সূত্ৰ আৰু স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি, শনিবাৰে হৰিদ্বাৰত সাবিত্ৰী দেৱীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।

যোগী আদিত্যনাথৰ মাতৃ সাবিত্ৰী দেৱীৰ দেহাৱসান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক