অসম

মাতৃৰ সন্মুখৰ পৰাই দুষ্কৃতিকাৰীয়ে লৈ গল ৯ বছৰীয়া শিশুক!মহানগৰীৰ বামুনিমৈদামত চাঞ্চল্যকৰ ঘটনা

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

নুনমাটি পেট্ৰ’ল পাম্পৰ সমীপত কন্যাক অপহৰণ কৰা বুলি মাতৃয়ে অভিযোগ তুলি হুৱাদুৱা লগায়।

২ / ৫

নুনমাটিত ৯ বছৰীয়া কন্যাক অপহৰণৰ অভিযোগ, মাতৃৰ সন্মুখৰ পৰাই দুষ্কৃতিকাৰীয়ে লৈ গল ৯ বছৰীয়া শিশুক!মহানগৰীৰ বামুনিমৈদামত চাঞ্চল্যকৰ ঘটনা।

৩ / ৫

নুনমাটি পেট্ৰ’ল পাম্পৰ সমীপত ৯ বছৰীয়া কন্যাসন্তানক কোনো দুৰ্বৃত্তই বাহনত উঠাই লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰি মাতৃ চুমি বৰুৱাই হুৱাদুৱা লগোৱাত শুকুৰবাৰে চাঞ্চল্যৰ সৃষ্টি হয়।

৪ / ৫

মোক ছোৱালীজনীক বিচাৰি দিয়ক !

৫ / ৫

পাছত জানিব পৰা মতে, চুমি বৰুৱাই সুৰাপান কৰি চিলাপথাৰৰ পৰা শিশুটিক লৈ গুৱাহাটীলৈ আহিছিল।

মাতৃৰ সন্মুখৰ পৰাই দুষ্কৃতিকাৰীয়ে লৈ গল ৯ বছৰীয়া শিশুক!মহানগৰীৰ বামুনিমৈদামত চাঞ্চল্যকৰ ঘটনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক