নিকট ৰক্ত-সম্পৰ্কীয় লোকৰ মাজত বিবাহ সন্দৰ্ভত উপযুক্ত আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা আছে নে নাই, সেয়া বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ জবাব বিচাৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।
নতুন দিল্লী, ২০ নৱেম্বৰ: নিকট ৰক্ত-সম্পৰ্কীয় লোকৰ মাজত হোৱা বিবাহ সন্দৰ্ভত উপযুক্ত আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা আছে নে নাই, সেয়া বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ জবাব বিচাৰিছে সৰ্বোচ্চ…
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচী, ভি. মোহানাক লৈ গঠিত বিচাৰপীঠখনে শুকুৰবাৰে আবেদনখনৰ শুনানি গ্ৰহণ কৰে।
বিচাৰপীঠখনে স্পষ্ট ভাষাত কয় যে, আবেদনখনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰক আইন প্ৰণয়নৰ নিৰ্দেশ দিয়াটো ন্যায়ালয়ৰ উদ্দেশ্য নহয়।
শুনানিত আইন প্ৰণয়নৰ বিকল্পৰ লগতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰসংগও উঠে।
newznow.in