অসম

মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণৰ দিয়ক, দাবী হেমজিত দেওধাই ফুকনৰ

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

মুখ্যমন্ত্ৰীৰ নামত প্ৰকাশিত বাতৰিক লৈ স্পষ্টীকৰণৰ দাবী হেমজিত দেউধাই ফুকনৰ, ‘টাই আহোম জাতি ভঙাৰ পক্ষত আমি নাই’

২ / ৫

অসম: ‘মু টাই’ পৰিচয়ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম জড়িত হোৱা সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে হেমজিত দেওধাই ফুকনে।

৩ / ৫

মুখ্যমন্ত্ৰীয়ে টাই আহোম জাতিক বিভাজিত কৰাৰ উদ্দেশ্যে কোনো অভিৱৰ্তন আয়োজনৰ পৰামৰ্শ দিছে বুলি তেওঁ বিশ্বাস নকৰে বুলি উল্লেখ কৰি বিষয়টোৰ তদন্তৰ দাবী জনাইছে।

৪ / ৫

নিজৰ বক্তব্যত হেমজিত দেওধাই ফুকনে কয় যে এখন বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ পৰা তেওঁলোকে জানিব পাৰিছিল যে সংশ্লিষ্ট ব্যক্তিসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু জাতি গঠনৰ বাবে সুকীয়া অভিৱৰ্তন…

৫ / ৫

অৱশ্যে পিছত নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে মুখ্যমন্ত্ৰীৰ এই বিষয়ত কোনো ভূমিকা নাই বুলি স্পষ্টীকৰণ দিয়া বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণৰ দিয়ক, দাবী হেমজিত দেওধাই ফুকনৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক