দেশ

ৰোহিংগীয়াসকলৰ নিৰাপদ আৰু শীঘ্ৰে ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ পোষকতা ভাৰতৰ; ICJৰ ৰায়ৰ পাছতে স্থিতি স্পষ্ট নতুন দিল্লীৰ

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায়ৰ পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰোহিংগীয়াসকলক ম্যানমাৰলৈ নিৰাপদে উভতাই পঠোৱাৰ সমৰ্থন পুনৰ ব্যক্ত কৰিছে।

২ / ৫

ৰোহিংগীয়া শৰণাৰ্থীসকলৰ নিৰাপদ, শীঘ্ৰ আৰু স্থায়ীভাৱে ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থন পুনৰ স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে।

৩ / ৫

শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে স্থানচ্যুত ৰোহিংগীয়াসকলৰ নিৰাপদ, শীঘ্ৰ আৰু স্থায়ী প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত ভাৰতে সদায়…

৪ / ৫

উল্লেখ্য যে, ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত ম্যানমাৰৰ পৰা বৃহৎ সংখ্যক ৰোহিংগীয়া শৰণাৰ্থী বাংলাদেশলৈ পলায়ন কৰাৰ পাছতে ভাৰতে ‘অপাৰেচন ইনছানিয়ত’ আৰম্ভ কৰিছিল।

৫ / ৫

ইয়াৰ উপৰি ২০১৭ চনৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত ম্যানমাৰৰ প্ৰায় ১৫ হাজাৰ স্থানচ্যুত লোকলৈও ভাৰতে সাহায্য আগবঢ়াইছিল।

ৰোহিংগীয়াসকলৰ নিৰাপদ আৰু শীঘ্ৰে ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ পোষকতা ভাৰতৰ; ICJৰ ৰায়ৰ পাছতে স্থিতি স্পষ্ট নতুন দিল্লীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক