জুবিন গাৰ্গৰ মৰমৰ ৰেঞ্জ ৰ'ভাৰ বাহনখন আজাৰাৰ সোণমনি দাসে ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে।
জুবিন গাৰ্গৰ অতিকৈ মৰমৰ ৰেঞ্জ ৰ'ভাৰ বাহনখন বিক্ৰী হোৱাৰ ঘটনাক লৈ সামাজিক মাধ্যমত চৰ্চা চলিছে।
খবৰ অনুসৰি, আজাৰাৰ সোণমনি দাস নামৰ এগৰাকী যুৱকে বাহনখন ক্ৰয় কৰিছে।
এএছ-০১-জিএ-৯৯৯৯ নম্বৰৰ এই ৰেঞ্জ ৰ'ভাৰ বাহনখন জুবিন গাৰ্গে ক্ৰয় কৰিছিল।
খবৰ অনুসৰি, জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্মদিনৰ পিছদিনাই বাহনখন বিক্ৰী কৰা হৈছিল।
newznow.in