অসম

চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কামৰূপ জিলা আয়ুক্তৰ

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

কামৰূপ জিলাৰ ঐতিহাসিক চানডুবি বিলৰ পাৰত নৃগোষ্ঠীয় পৰম্পৰাৰে সপ্তদশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়।

২ / ৫

কামৰূপ, ২০ নৱেম্বৰ: দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ প্ৰাকৃতিকভাৱে চহকী ঐতিহাসিক চানডুবি বিলৰ পাৰত আজি আনুষ্ঠানিকভাৱে সপ্তদশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়।

৩ / ৫

উৎসৱ উদযাপন সমিতিৰ সম্পাদক সত্যজিৎ ৰাভাই আঁত ধৰা অনুষ্ঠানটিত সভাপতি প্ৰাঞ্জল ৰাভাকে ধৰি বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাভা মহিলা পৰিষদ আৰু…

৪ / ৫

অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে পৰ্যটনৰ বাবে প্ৰয়োজনীয় সকলো উপাদান চানডুবিত আছে আৰু অঞ্চলটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাও প্ৰশংসনীয়।

৫ / ৫

চানডুবি বিলৰ জলস্তৰ হ্ৰাস পোৱা আৰু আনুষঙ্গিক প্ৰাকৃতিক সংকটৰ সন্দৰ্ভত আয়ুক্তগৰাকীয়ে কয় যে বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি বিলখনৰ স্বকীয়তা আৰু প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে প্ৰশাসনৰ…

চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কামৰূপ জিলা আয়ুক্তৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক