অসম

শিৱসাগৰত মহন-দেওধাই-বাইলুং সন্মিলনৰ সংবাদমেল।

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

শিৱসাগৰস্থিত ঐক্যৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰে মহন দেওধাই বাইলুং সন্মিলনৰ সভাপতি মনোৰঞ্জন বৰুৱা আৰু সম্বনয়ক হেমজিৎ দেওধাই ফুকনে।

২ / ৫

শেহতীয়াকৈ মহন-দেওধাই-বাইলুং সকলৰ মৰাণৰ জজলিত অনুষ্ঠিত এখন অভিৱৰ্তনত টাই ম ' নামৰ এক সুকীয়া জাতি আৰু জনজাতিকৰণ সুকীয়াকৈ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্য্যৰ পাছতেই সমগ্ৰ ৰাজ্যত বিতৰ্কৰ…

৩ / ৫

আনহাতে সেই অভিৱৰ্তনত বি জে পি সাংসদ যোগেন মহনৰ অংশগ্ৰহনে বিষয়টো অধিক জটিল কৰি তুলিছিল।

৪ / ৫

শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে মহন দেওধাই বাইলুং সন্মিলন।

৫ / ৫

মহন দেওধাই বাইলুং সন্মিলন এনে জাতিদ্ৰোহী কাৰ্য্যৰ সৈতে কোনোপ্ৰকাৰে জড়িত নহয়।

শিৱসাগৰত মহন-দেওধাই-বাইলুং সন্মিলনৰ সংবাদমেল।

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক