আন্তঃৰাষ্ট্ৰীয়

দিল্লীত উপস্থিত পাকিস্তানৰ মন্ত্ৰী মুছাদ্দিক মালিক, নাপালে তাজমহল ভ্ৰমণৰ অনুমতি

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

এছচিঅ'ৰ সন্মিলনত ভাগ ল'বলৈ দিল্লীত উপস্থিত পাকিস্তানৰ মন্ত্ৰী মুছাদ্দিক মালিক।

২ / ৫

নতুন দিল্লী: ছাংহাই ক'অপাৰেচন অৰ্গেনাইজেচন চমুকৈ এছচিঅ'ৰ প্ৰথমখন 'চিভিলাইজেচনেল ডায়লগ ফ'ৰাম'ত অংশগ্ৰহণৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হৈছে পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয়…

৩ / ৫

ভাৰতত উপস্থিত হৈ দুয়োখন দেশৰ সম্পৰ্ক সন্দৰ্ভত আশা প্ৰকাশ কৰে মালিকে।

৪ / ৫

সীমান্তপাৰ সন্ত্ৰাসবাদক লৈ ভাৰতৰ উদ্বেগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মালিকে জনায় যে পিছদিনা তেওঁ বক্তব্য ৰখাৰ পাছত এই বিষয়ত বহু আলোচনা হ'ব।

৫ / ৫

ভাৰত ভ্ৰমণৰ সময়ত আগ্ৰাৰ তাজমহল আৰু দিল্লীৰ হজৰত নিজামুদ্দিন দৰগাহ দৰ্শনৰ বাবে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে অনুমতি বিচাৰিছিল যদিও তেওঁক সেই অনুমতি দিয়া নহ'ল।

দিল্লীত উপস্থিত পাকিস্তানৰ মন্ত্ৰী মুছাদ্দিক মালিক, নাপালে তাজমহল ভ্ৰমণৰ অনুমতি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক