আব্দুল বাৰিকক সভাপতি আৰু শ্বহিদুল ইছলামক উপ-সভাপতি হিচাপে লৈ ২৫ জনীয়া এখনি পূৰ্ণাংগ পৰিচালনা সমিতি গঠন কৰা হয়।
সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন।
বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা এই সাধাৰণ সভাত স্থানীয় ৰাইজ, অভিভাৱক, শিক্ষাবিদ আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
নৱগঠিত সমিতিৰ সভাপতি আব্দুল বাৰিক আৰু উপ-সভাপতি শ্বহিদুল ইছলামক অঞ্চলটোৰ বিভিন্ন দল-সংগঠন তথা সচেতন মহলে শুভেচ্ছা জ্ঞাপন কৰে।
অঞ্চলটোৰ অন্যতম প্ৰাচীন তথা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক আৰু সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে সাধাৰণ সভাৰ জৰিয়তে নতুন বিদ্যালয় পৰিচালনা সমিতি গঠন কৰা…
newznow.in