দক্ষিণ কামৰূপৰ বকোৰ 'লামপাৰা হাইস্কুল'ত 'বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ'ৰ দ্বাৰা বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক বিজ্ঞান সমাৰোহৰ ৷
উক্ত মুকলি ও বঁটা বিতৰণী সভাত বিজ্ঞান সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতাত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰা প্ৰতিযোগী ছাত্ৰ-ছাত্ৰী সকলোক মানপত্ৰ, কিতাপ,নগদ ধন আদিৰে পুৰস্কৃত কৰা হয় ৷ মুকলি ও বঁটা বিতৰণী…
newznow.in