অসম

বি বৰুৱা কলেজত বহনক্ষম বিজ্ঞান বিষয়ক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

NewzNow · ২ নৱেম্বৰ ২০২৬

১ / ৫

বি বৰুৱা কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ উদ্যোগত ২ আৰু ৩ নৱেম্বৰত ‘PCMDSS26’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈছে।

২ / ৫

গুৱাহাটী, ২ নৱেম্বৰ: ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ উদ্যোগত ২ আৰু ৩ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ‘Progress and Challenges in Modern Day Sustainable Science (PCMDSS26)’…

৩ / ৫

আলোচনা চক্ৰখন উদ্বোধন কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰই।

৪ / ৫

আলোচনা চক্ৰখনত আধুনিক বহনক্ষম বিজ্ঞানৰ অগ্ৰগতি, প্ৰত্যাহ্বান আৰু ভৱিষ্যৎ সম্ভাৱনাৰ বিভিন্ন দিশ আলোচনা কৰা হ’ব।

৫ / ৫

অনুষ্ঠানত মুখ্য বক্তৃতা প্ৰদান কৰে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক বিল জোনছ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ANRF Prime Minister Professor ড০ ভূপেন্দ্ৰ নাথ গোস্বামীয়ে।

বি বৰুৱা কলেজত বহনক্ষম বিজ্ঞান বিষয়ক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক