অসম

গোৱালপাৰাত ৰাজপথত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ অভিযান, হেলমেটবিহীন চালকক সকীয়নি

NewzNow · ২১ নৱেম্বৰ ২০২৬

১ / ৫

গোৱালপাৰাৰ ৰাজপথত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে নিজে নামি হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক কঠোৰ সকীয়নি প্ৰদান কৰে।

২ / ৫

গোৱালপাৰা জিলাৰ ৰাজপথত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যৌথভাৱে এক বিশেষ অভিযান চলায়।

৩ / ৫

শেহতীয়াকৈ কাজিৰঙাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাৰ পাছতেই গোৱালপাৰা জিলা প্ৰশাসন অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে।

৪ / ৫

অভিযানকালত হেলমেট অবিহনে বাইক চলোৱা চালকসকলক জিলা প্ৰশাসনে নীতি-নিয়ম মানি চলিবলৈ কঠোৰভাৱে সতৰ্ক কৰি দিয়ে।

৫ / ৫

জিলাখনৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে নিজেই ৰাজপথত নামি হেলমেট নিপিন্ধাকৈ মটৰচাইকেল চলোৱা লোকসকলক তীব্ৰ সকীয়নি প্ৰদান কৰে।

গোৱালপাৰাত ৰাজপথত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ অভিযান, হেলমেটবিহীন চালকক সকীয়নি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক