NewzNow · ২৭ অক্টোবৰ ২০২৬
মঙলবাৰে পল্টন বজাৰ থানাৰ পৰা আৰক্ষীয়ে ঘনকান্ত গগৈক আদালতলৈ লৈ যায়।
পল্টন বজাৰ: মঙলবাৰে পল্টন বজাৰ থানাৰ পৰা আৰক্ষীয়ে চাৰিওফালৰ পৰা ঘেৰি ঘনকান্ত গগৈক আদালতলৈ লৈ যায়।
আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে তেওঁক থানাৰ পৰা আদালতলৈ নিয়া হয়।
newznow.in