পল্টন বজাৰ: মঙলবাৰে পল্টন বজাৰ থানাৰ পৰা আৰক্ষীয়ে চাৰিওফালৰ পৰা ঘেৰি ঘনকান্ত গগৈক আদালতলৈ লৈ যায়।
আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে তেওঁক থানাৰ পৰা আদালতলৈ নিয়া হয়।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
মঙলবাৰে পল্টন বজাৰ থানাৰ পৰা আৰক্ষীয়ে ঘনকান্ত গগৈক আদালতলৈ লৈ যায়। আৰক্ষীয়ে তেওঁক চাৰিওফালৰ পৰা ঘেৰি লৈ যায়।
পল্টন বজাৰ: মঙলবাৰে পল্টন বজাৰ থানাৰ পৰা আৰক্ষীয়ে চাৰিওফালৰ পৰা ঘেৰি ঘনকান্ত গগৈক আদালতলৈ লৈ যায়।
আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে তেওঁক থানাৰ পৰা আদালতলৈ নিয়া হয়।
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
ভুল দেখিছে? আমাক জনাওক।