ক্ৰীড়া

Rising Stars Asia Cupৰ বাবে ভাৰতীয় দলৰ ঘোষণা, স্থান পালে অভিষেক-সূৰ্যবংশীয়ে

NewzNow · ২ নৱেম্বৰ ২০২৬

১ / ৫

Rising Stars Asia Cup ২০২৬ৰ বাবে তিলক বৰ্মাৰ নেতৃত্বত ১৫জনীয়া ভাৰত ‘এ’ দল ঘোষণা কৰিছে BCCI-য়ে।

২ / ৫

নতুন দিল্লী, ২ নৱেম্বৰ: আগন্তুক ACC Men’s Rising Stars Asia Cup ২০২৬ৰ বাবে ১৫জনীয়া ভাৰত ‘এ’ দল ঘোষণা কৰিছে BCCI-য়ে।

৩ / ৫

নৱেম্বৰৰ ১৯ৰ পৰা ২৯ তাৰিখলৈ কাটাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত ভাৰত ‘এ’ দলে অংশগ্ৰহণ কৰিব।

৪ / ৫

দলটোত উইকেটৰক্ষক হিচাপে আছে প্ৰভছিমৰণ সিং আৰু কুমাৰ কুশাগ্ৰ।

৫ / ৫

ভাৰত ‘এ’ দলক গ্ৰুপ ‘বি’ত পাকিস্তান ‘এ’, নেপাল আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে স্থান দিয়া হৈছে।

Rising Stars Asia Cupৰ বাবে ভাৰতীয় দলৰ ঘোষণা, স্থান পালে অভিষেক-সূৰ্যবংশীয়ে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক