ক্ৰীড়া

ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ নহ’ল ঋষভ পণ্ট

NewzNow · ২ নৱেম্বৰ ২০২৬

১ / ৫

নিউজিলেণ্ড ভ্ৰমণৰ পূৰ্বে BCCIৰ প্ৰথমটো ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে ঋষভ পণ্টে।

২ / ৫

নতুন দিল্লী, ২ নৱেম্বৰ: নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ পূৰ্বে ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে ভাৰতীয় উইকেটৰক্ষক-বেটাৰ ঋষভ পণ্টে।

৩ / ৫

বেংগালুৰুস্থিত BCCIৰ Centre of Excellenceত দেওবাৰে অনুষ্ঠিত প্ৰথমটো ফিটনেছ পৰীক্ষাত পণ্টে নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰিব নোৱাৰিলে।

৪ / ৫

অক্টোবৰৰ আৰম্ভণিতে ইৰাণী কাপত খেলি থকা সময়ত কাষৰ পেশীত আঘাত পাইছিল পণ্টে।

৫ / ৫

ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হ’লে ৭ নৱেম্বৰৰ পৰা নিউজিলেণ্ডৰ লিংকনত আৰম্ভ হ’বলগীয়া ভাৰত ‘এ’ আৰু নিউজিলেণ্ড ‘এ’ৰ মাজৰ তৃতীয়খন চাৰি দিনীয়া মেচত খেলাৰ সুযোগ পাব পাৰে পণ্টে।

ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ নহ’ল ঋষভ পণ্ট

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক