শ্ৰীভূমিৰ উত্তৰ কৰিমগঞ্জত ফুটবল খেলৰ মাজতে দুয়োটা দলৰ খেলুৱৈৰ মাজত প্ৰচণ্ড হতাহতি।
শ্ৰীভূমি: শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জত অনুষ্ঠিত এখন ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল খেল চলি থকাৰ মাজতে দুয়োটা দলৰ খেলুৱৈৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে, খেলপথাৰতে দুয়োটা দলৰ খেলুৱৈসকল হঠাৎ হতাহতিত লিপ্ত হৈ পৰে।
পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত খেলপথাৰত ততাতৈয়াকৈ আৰক্ষীৰ দল প্ৰৱেশ কৰে।
এই অনাকাংক্ষিত সংঘাতৰ বাবে খেলখন প্ৰায় ২০ মিনিট স্থগিত ৰাখিবলগীয়া হয়।
newznow.in