ৰাজনীতি

দেশৰ তিনিখন চহৰত Metaৰ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ!

NewzNow · ২১ নৱেম্বৰ ২০২৬

১ / ৫

সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰাৰ বিৰুদ্ধে হায়দৰাবাদত মেটাৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰা যুৱ কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী কৰ্মীক আৰক্ষীয়ে আটক কৰে।

২ / ৫

সামাজিক মাধ্যমত যুৱ কংগ্ৰেছৰ পৃষ্ঠা বন্ধ কৰি ৰখা আৰু একাধিক পোষ্ট আঁতৰোৱাৰ অভিযোগক কেন্দ্ৰ কৰি Meta-ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে Indian Youth Congress-এ।

৩ / ৫

শুকুৰবাৰে হায়দৰাবাদৰ মাধাপুৰস্থিত Meta-ৰ কাৰ্যালয়ত সংঘটিত হয় এই প্ৰতিবাদ।

৪ / ৫

তেলেংগানা যুৱ কংগ্ৰেছৰ সভাপতি শিৱ চৰণে কয় যে তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ গৈছিল যদিও কাৰ্যালয়ৰ মূল ভৱনত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল।

৫ / ৫

প্ৰতিবাদৰ সময়ৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে।

দেশৰ তিনিখন চহৰত Metaৰ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক