দেশ

উত্তৰাখণ্ডৰ পৈতৃক গাঁৱত মাতৃক শেষ বিদায় জনালে যোগী আদিত্যনাথে

NewzNow · ২১ নৱেম্বৰ ২০২৬

১ / ৫

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উত্তৰাখণ্ডৰ পৌড়ী গড়ৱাল জিলাৰ পৈতৃক গাঁও পঞ্চুৰত মাতৃ সাবিত্ৰী দেৱীক শেষ শ্ৰদ্ধা জনায়।

২ / ৫

নতুন দিল্লী, ২১ নৱেম্বৰ: মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

৩ / ৫

সামাজিক মাধ্যম 'এক্স'ত মাতৃৰ স্মৃতিত এক আৱেগিক বাৰ্তা প্ৰকাশ কৰি যোগী আদিত্যনাথে লিখে, “মাতৃৰ আঁচলৰ দৰে আশ্ৰয় নাই, মাতৃৰ দৰে সুৰক্ষা নাই, মাতৃৰ দৰে মৰম নাই।” মুখ্যমন্ত্ৰীগৰাকীয়ে মাতৃৰ…

৪ / ৫

৯১ বছৰীয়া সাবিত্ৰী দেৱীৰ শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত পঞ্চুৰ গাঁৱৰ নিজ বাসগৃহত দেহাৱসান ঘটে।

৫ / ৫

পঞ্চুৰত প্ৰাৰম্ভিক আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পাছত সাবিত্ৰী দেৱীৰ নশ্বৰ দেহ শেষকৃত্যৰ বাবে হৰিদ্বাৰৰ চণ্ডীঘাটলৈ লৈ যোৱাৰ কথা।

উত্তৰাখণ্ডৰ পৈতৃক গাঁৱত মাতৃক শেষ বিদায় জনালে যোগী আদিত্যনাথে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক