অসম

৪৭ দিনত লাখ লাখ টকাৰ লেনদেন: পাকিস্তান সংযোগৰ সন্দেহ, STFৰ জালত ৬জন

NewzNow · ৩ নৱেম্বৰ ২০২৬

১ / ৫

৪৭ দিনৰ SBI লেনদেনৰ সূত্ৰে গুৱাহাটীৰ পৰা এগৰাকী মহিলাসহ ছয়জনক গ্ৰেপ্তাৰ STFৰ।

২ / ৫

গুৱাহাটী, ২ নৱেম্বৰ: SBIৰ এটা বেংক একাউণ্টত ৪৭ দিনৰ ভিতৰত লাখ লাখ টকাৰ সন্দেহজনক লেনদেনৰ সূত্ৰ ধৰি অসম আৰক্ষীৰ STF-এ গুৱাহাটীৰ পৰা এগৰাকী মহিলাসহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে।

৩ / ৫

কেন্দ্ৰীয় সংস্থাৰ পৰা লাভ কৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত ২৮ অক্টোবৰত STF-এ অভিযান আৰম্ভ কৰে।

৪ / ৫

গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে—মফিজুল হক (২২), হিমাংশু দাস (১৯), মাৰ্জিনা বেগম, ৰাকিব হুছেইন (৩৪), ইফতাৰ হুছেইন (২৫) আৰু আৰমান আজুজ হক (২০)।

৫ / ৫

অসম আৰক্ষীৰ বিবৃতি অনুসৰি, শোণিতপুৰ জিলা আৰক্ষীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত STF-এ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল।

৪৭ দিনত লাখ লাখ টকাৰ লেনদেন: পাকিস্তান সংযোগৰ সন্দেহ, STFৰ জালত ৬জন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক