অসম

কাজিৰঙাৰ দুৰ্ঘটনাত আহত দেৱৰ ভৰিৰ আঘাত ধৰা পেলাব নোৱাৰিলে বোকাখাত চিকিৎসালয়ে

NewzNow · ২১ নৱেম্বৰ ২০২৬

১ / ৫

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰা ডেৰবছৰীয়া শিশুটিৰ শেহতীয়া তথ্যই উদঙাইছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ।

২ / ৫

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হোৱা দেৱ গোৱালা নামৰ ডেৰ বছৰীয়া এটি শিশুৰ ভৰিৰ আঘাত চিনাক্ত নকৰাকৈয়ে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ এক অভিযোগ উত্থাপন হৈছে।

৩ / ৫

যোৱা ১৩ নৱেম্বৰত কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাটোত ২৬ জন লোকৰ মৃত্যু হৈছিল।

৪ / ৫

পৰৱৰ্তী সময়ত পৰিয়ালৰ সন্ধান পোৱা যায়।

৫ / ৫

কিন্তু আইতাকৰ ঘৰলৈ নিয়াৰ পিছত শিশুটিয়ে খোজ কাঢ়িবলৈ যাওঁতে তীব্ৰ অসুবিধা পায়।

কাজিৰঙাৰ দুৰ্ঘটনাত আহত দেৱৰ ভৰিৰ আঘাত ধৰা পেলাব নোৱাৰিলে বোকাখাত চিকিৎসালয়ে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক