কৰ্মসংস্থাপনৰ সন্ধানত ৰাছিয়ালৈ গৈ সন্ধানহীন কাছাৰৰ আব্দুল মুক্তাদিৰ লস্কৰ।
কৰ্মসংস্থাপনৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈ ৰাছিয়াত সন্ধানহীন হৈ পৰিছে কাছাৰ জিলাৰ এজন যুৱক।
সন্ধানহীন যুৱকজন কাছাৰ জিলাৰ সোণাইৰ বাসিন্দা আব্দুল মুক্তাদিৰ লস্কৰ বুলি চিনাক্ত কৰা হৈছে।
অৱশ্যে কোনে যুৱকজনক তালৈ পঠিয়াইছিল বা কি কামৰ প্ৰস্তাৱ দিয়া হৈছিল, সেই সম্পৰ্কে পৰিয়ালৰ লোকসকলৰ হাতত কোনো স্পষ্ট তথ্য নাই।
দীৰ্ঘদিন ধৰি কোনো সন্ধান নোপোৱাৰ মাজতে সামাজিক মাধ্যমত এটা ভিডিঅ’ পৰিয়ালৰ দৃষ্টিগোচৰ হয়।
newznow.in