ৰাজনীতি

ছোনিয়া গান্ধীক লৈ গ্ৰন্থ লিখিব বিজেপি সাংসদ নিশিকান্ত ডুবেই, মাৰুতিৰ পৰা বফৰ্ছলৈ উত্থাপন কৰিলে ১০টা প্ৰশ্ন

NewzNow · ২১ নৱেম্বৰ ২০২৬

১ / ৫

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক লৈ এখন গ্ৰন্থ ৰচনা কৰাৰ কথা ঘোষণা কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই।

২ / ৫

কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীক লৈ এখন গ্ৰন্থ ৰচনা কৰাৰ কথা ঘোষণা কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই।

৩ / ৫

নিশিকান্ত ডুবেই উল্লেখ কৰে যে এই গ্ৰন্থখন কেৱল ছোনিয়া গান্ধীক উদ্দেশ্যি কৰা কোনো আক্ৰমণাত্মক লেখা নহয়, বৰঞ্চ তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ এক বিস্তৃত তথ্যভিত্তিক বিৱৰণহে হ'ব।

৪ / ৫

সাংসদগৰাকীয়ে উত্থাপন কৰা প্ৰশ্নসমূহৰ ভিতৰত আছে— ছোনিয়া গান্ধী কেনেকৈ মাৰুতিৰ মালিক হৈছিল, নেচনেল হেৰাল্ড কেনেকৈ ক্ৰয় কৰা হৈছিল, ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰীতকৈ ছোনিয়া…

৫ / ৫

ইয়াৰ উপৰিও মানেকা গান্ধী আৰু ছোনিয়া গান্ধীৰ মাজত সংঘাতৰ কাৰণ, প্ৰধানমন্ত্ৰীৰ সলনি নিজ পৰিয়ালৰ সৈতে ছোনিয়া গান্ধীয়ে চীনৰ অলিম্পিকলৈ যোৱাৰ আঁৰৰ ঘটনা, প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ…

ছোনিয়া গান্ধীক লৈ গ্ৰন্থ লিখিব বিজেপি সাংসদ নিশিকান্ত ডুবেই, মাৰুতিৰ পৰা বফৰ্ছলৈ উত্থাপন কৰিলে ১০টা প্ৰশ্ন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক