অসম

ডিগবৈ বৈষ্ণৱ মন্দিৰত ‘বাবা শ্যাম জন্মোৎসৱ’ পালন

NewzNow · ২১ নৱেম্বৰ ২০২৬

১ / ৩

১ নং বৰবিলস্থিত বৈষ্ণৱ মন্দিৰত ‘ডিগবৈ শ্যাম ভক্ত সমিতিৰ উদ্যোগত ভক্তিপূৰ্ণ পৰিৱেশত ‘বাবা শ্যাম জন্মোৎসৱ’ পালন কৰা হয়।

২ / ৩

জন্মোৎসৱৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত জনপ্ৰিয় ভজন গায়ক হৰ্ষিত খৈতানে ভজন পৰিৱেশন কৰি উপস্থিত ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে।ভজন আৰু ভক্তিমূলক সংগীতৰ সুৰেৰে সমগ্ৰ অনুষ্ঠানস্থলী মুখৰিত হৈ…

৩ / ৩

জন্মোৎসৱক কেন্দ্ৰ কৰি আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হোৱা অনুষ্ঠানত বহু সংখ্যক ভক্তই অংশগ্ৰহণ কৰে।

ডিগবৈ বৈষ্ণৱ মন্দিৰত ‘বাবা শ্যাম জন্মোৎসৱ’ পালন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক