দেশবাসীয়ে সোণ কম কিনিবলৈ দিয়া তেওঁৰ আহ্বান মানি চলাত সোণৰ দাম কমি গৈছে বুলি দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দাবী কৰে যে দেশবাসীয়ে সোণ কম কিনিবলৈ দিয়া তেওঁৰ আহ্বান মানি চলাত সোণৰ দাম কমি গৈছে।
মোদীয়ে ক'লে, প্ৰয়োজন নাথাকিলে এবছৰলৈ সোণ নিকিনিবলৈ তেওঁ দেশবাসীক অনুৰোধ জনাইছিল।
সোণ কম কিনাৰ ফলত দাম কমি গ'ল বুলি দাবী কৰি প্ৰধানমন্ত্ৰীয়ে ক'লে, বহুতে এতিয়া তেওঁক কৈছে যে তেওঁৰ কথা মানি চলাত তেওঁলোকৰ টকা বাচিল।
মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ কথাও উল্লেখ কৰে।
newznow.in