ৰাজ্যৰ চৰকাৰী মেডিকেল কলেজত পৰিয়ালৰ বাৰ্ষিক উপাৰ্জনৰ ভিত্তিত এমবিবিএছৰ মাচুল সৰ্বাধিক ১ লাখ টকালৈ বৃদ্ধি কৰি ৩০ নৱেম্বৰৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে।
Gauhati Medical College and Hospital (GMCH)-ৰ ২১ নৱেম্বৰত জাৰি কৰা জাননীত ৩০ ননৱেম্বৰ ভিতৰত নতুন মাচুল জমা দিবলৈ কোৱা হৈছে।
Medical Education and Research Department-ৰ ২৪ ছেপ্টেম্বৰ, ২০২৬ তাৰিখৰ নিৰ্দেশনা অনুসৰি, ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৰাজ্যৰ চৰকাৰী মেডিকেল আৰু ডেণ্টেল কলেজসমূহত MBBS আৰু BDS…
নতুন মাচুলৰ গাঁথনি অনুসৰি, পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৯ লাখ টকাৰ অধিক হ’লে MBBS-ৰ বাবে বছৰি ১ লাখ টকা আৰু BDS-ৰ বাবে ৭৫ হাজাৰ টকা দিব লাগিব।
অৰ্থাৎ পৰিয়ালৰ উপাৰ্জনৰ শ্ৰেণী অনুসৰি MBBS-ৰ বাৰ্ষিক মাচুলত বৃহৎ পাৰ্থক্য ৰখা হৈছে।
newznow.in