ৰাজনীতি

‘মল্লিকাৰ্জুন খাৰ্গেৰ বাৰাণ্ডাতহে প্ৰধানমন্ত্ৰী হ’ব পাৰিব ৰাহুল গান্ধী’—হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ

NewzNow · ৩ নৱেম্বৰ ২০২৬

১ / ৫

ৰাহুল গান্ধীক লক্ষ্য কৰি ‘মল্লিকাৰ্জুন খাৰ্গেৰ বাৰাণ্ডাতহে প্ৰধানমন্ত্ৰী হ’ব পাৰিব’ বুলি কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

২ / ৫

গুৱাহাটী, ৩ নৱেম্বৰ: কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

৩ / ৫

লগতে লোকসভাত নৰেন্দ্ৰ মোদীয়েই প্ৰধানমন্ত্ৰী হৈ থাকিব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

৪ / ৫

ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষাক লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকৃততে প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদীয়েই অধিষ্ঠিত হৈ থাকিব।

৫ / ৫

মল্লিকাৰ্জুন খাৰ্গেৰ বাৰাণ্ডাতহে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাব বুলি কটাক্ষ কৰে তেওঁ।

‘মল্লিকাৰ্জুন খাৰ্গেৰ বাৰাণ্ডাতহে প্ৰধানমন্ত্ৰী হ’ব পাৰিব ৰাহুল গান্ধী’—হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক